CIN U40101AS2003SGC007238 GST No. 18AAFCA4973J9Z3

11 Years of Digital India Banner (1)
11 Years of Digital India Banner PM (1)
Digital Banner English (1)
slider-4
slider-new-3
slider-new-1
slider-new-2
slider-5
previous arrow
next arrow
শেহতীয়া খবৰ
about image

আমাৰ সম্পৰ্কে

অসম বিদ্যুৎ সংবহন নিগম লিমিটেড, ১৯৫৬ চনৰ কোম্পানী এক্টৰ অধীনত পঞ্জীভূত এক উন্নয়নমুখী ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। পুনৰ সংগঠিত অসম বিদ্যুৎ ৰাজ্যিক পৰিষদৰ পৰা ২০০৩ চনত ইয়াৰ গঠন হয় আৰু ‘ষ্টেট ট্ৰেন্সমিচন ইউটিলিটি’ (STU) হিচাবে ঘোষণা কৰা হয়। ইয়াৰ প্ৰধান কাৰ্য হৈছে বিদ্যুৎ শক্তিৰ মূল আস্থান সমূহ ( Electrical Power Bulk Heads) ৰ পৰা দক্ষতাৰে অসম শক্তি বিতৰণ কোম্পানীসমূহলৈ বিদ্যুৎ পৰিবহণ কৰা।

অধিক পঢ়ক