ভাষা: EN AS

মিচন আৰু ভিশ্বনসমূহ

Card image cap

লক্ষ্য:

 

মিচন:- ভাৰতৰ আগশাৰীৰ ট্ৰেন্সমিশ্যন ইউটিলিটিসমূহৰ মাজত অন্যতম স্থান অধিকাৰৰ উদ্দেশ্য আগত লৈ নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত মানদণ্ড অক্ষুন্ন ৰাখি এক সুলভ তথা প্ৰতিযোগিতামূলক মূল্যত নিৰৱিচ্ছিন্ন বিদ্যুৎ সংবহন সেৱা আগবঢ়োৱা আৰু লগতে সকলো সহযোগী অনুষ্ঠান প্ৰতিষ্ঠানক লাভাম্বিত কৰা।

 

Card image cap

ভিশ্বনসমূহ

 

১. উপভোক্তা, অসম চৰকাৰ আৰু এইআৰচি (AERC) য়ে বিচৰা অনুসৰি বহনযোগ্য মূল্যত বিশাল পৰিমাণৰ শক্তিৰ বিতৰণ।

 

২. ৰাজ্যত ২০৩২ চনত প্ৰয়োজন পূৰণ কৰিব পৰাকৈ ট্ৰেন্সমিশ্যন নেটৱৰ্ক বৃদ্ধি।

 

৩. শেহতীয়া প্ৰযুক্তিৰ দ্বাৰা সক্ষম কৰা প্ৰক্ৰিয়া পৰিচালিত প্ৰণালীৰ দ্বাৰা সমৰ্থিত সৰ্বোৎকৃষ্ট নিৰ্মাণ আৰু O&M অভ্যাসৰ অৱলম্বন।

 

৪. নিৰ্মাণ আৰু পৰিচালনা সেৱা প্ৰদান ব্যৱসায়ত বৈচিত্ৰতা সৃষ্টি কৰা আৰু টেলিকমিউনিকেশ্যন আৰু অন্য উদীয়মান ক্ষেত্ৰত ইয়াৰ প্ৰৱেশ ঘটোৱা যাতে সম্পদসমূহৰ সৰ্বোত্তম ব্যৱহাৰেৰে অতিৰিক্ত ৰাজহ সৃষ্টি কৰিব পৰা হয়।

 

৫. পৰিৱৰ্তিত পৰিৱেশৰ প্ৰয়োজনীয়তা অনুসৰি মোকাবিলা কৰাৰ বাবে যোগ্য কৰি তোলা আৰু এক সেৱামুখী মনোভাৱ লৈ আগবাঢ়ি যাবৰ বাবে দক্ষ আৰু সন্তষ্ট মানৱ সম্পদৰ উন্নয়ন সাধন কৰা।

 

৬. নতুন প্ৰযুক্তিৰ গ্ৰহণৰ বাবে গৱেষণা আৰু উন্নয়ন শাখাৰ সৃষ্টি।

 

৭. পৰিৱেশ সুৰক্ষা, স্বাস্থ্য সুৰক্ষা, শক্তি সংৰক্ষণ আৰু সকলো সম্প্ৰদায়ৰ উন্নয়ন সাধন ইত্যাদি বিষয়সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সামাজিক দায়বদ্ধতা পালন কৰা।

 

৮. সম্পূৰ্ণ মৰ্যাদাসহকাৰে নিজকে দেশৰ ভিতৰতে এক স্বচ্ছ প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰা।