ভাষা: EN AS

‘পি এছ ডি এফ’ ৰ অধীনৰ প্ৰকল্পসমূহ

বৰ্তমানে থকা চাবষ্টেচনসমূহৰ নৱীকৰণ আৰু উন্নয়নৰ বাবে ‘পি এছ ডি এফ’ (শক্তি খণ্ড উন্নয়ন নিধি) ৰ অধীনত কাৰ্য পৰিকল্পনা যুগুত কৰা হয়। ই প্ৰধানকৈ তলত উল্লিখিত বিষয়সমূহ লৈ গঠিত:
১) বৰ্তমানে থকা পুৰণি আৰু অপ্ৰচলিত সঁজুলিসমূহৰ ৰদ-বদল।
২) ক’ণ্ট্ৰল এণ্ড ৰিলে’ পেনেলৰ সালসলনি আৰু ইয়াৰ স্থানত চাবষ্টেচন অ’টোমেশ্যন চিষ্টেমৰ অধীনত new Generation IEC 61850 Communication Protocol Compliant IED ৰ প্ৰতিষ্ঠাপন