ভাষা: EN AS

গুণগত ব্যৱস্থাপন পদ্ধতি

ISO 9001: 2015 সন্নিৱিষ্ট সমন্বিত ব্যৱস্থাপন পদ্ধতিৰ সৈতে যুগ্ম হৈ ‘এইজিচিএল’ য়ে গুণগত ব্যৱস্থাপন পদ্ধতিৰ বাবে পদ্ধতি আৰু প্ৰক্ৰিয়াসমূহৰ উন্নয়ন আৰু সংসাধন ঘটায়। Bureau of Indian Standards (BIS) ৰ দ্বাৰা ই মান্যতাপ্ৰাপ্ত।

 

‘এইজিচিএল’ ৰ গুণগত ব্যৱস্থাপন পদ্ধতি অনুসৰি ই নিম্ন উল্লিখিত নিয়মসমূহৰ প্ৰতি দায়বদ্ধ-

ক) ক্ষেত্ৰ প্ৰতিষ্ঠানসমূহৰ সাম্প্ৰতিক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সদা প্ৰস্তুত।

খ) আমাৰ ব্যৱসায় প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ থকা আভ্যন্তৰীণ আৰু বাহ্যিক সংশয়সমূহৰ সময়ে সময়ে পৰিমাপ কৰা।

গ) সকলোবোৰ বিধিগত নীতি-নিয়ম মানি চলা।

ঘ) আমাৰ অংশীদাৰসকল আকৃষ্ট হোৱাকৈ আমি আমাৰ কৰ্তব্যত প্ৰতি নিষ্ঠাসহকাৰে নিজকে উৎসৰ্গিত কৰা।

ঙ) গুণগত ব্যৱস্থাপন পদ্ধতি আৰু প্ৰক্ৰিয়াৰ ফলপ্ৰসূতা অবিচ্ছিন্ন ৰূপত বিকাশ সাধন কৰাৰ প্ৰয়াস।

চ) কৰ্মক্ষেত্ৰ নিজৰ আৰু আনৰ বাবে যে সুৰক্ষিত সেয়া নিশ্চিত কৰা।

ছ) সামাজিক আৰু পৰিৱেশিকভাৱে প্ৰতিক্ৰিয়াশীল হোৱা।

ডাউনলোড

১. গুণগত নীতি অসমীয়া আৰু ইংৰাজীত২. গুণগত ব্যৱস্থাপনা প্ৰামাণিকৰণ