ভাষা: EN AS

বিশ্ববেংকৰ দ্বাৰা নিধিপ্ৰাপ্ত

বিশ্ববেংকৰ দ্বাৰা সাহাৰ্য্যপ্ৰাপ্ত চলিত প্ৰকল্পসমূহ:

সংসাধক সংস্থা: পাৱাৰগ্ৰীড

১) নতুন উপকেন্দ্ৰ নিৰ্মাণ

২২০/১৩২ কেভি ২x১৬০ এমভিএ আমিনগাঁও (জি আই এছ) গ্ৰীড উপকেন্দ্ৰ

২২০/১৩২ কেভি ২x১০০ এমভিএ বিহিয়াটিং গ্ৰীড উপকেন্দ্ৰ

১৩২/৩৩ কেভি ২x৩১.৫ এমভিএ চিলাপথাৰ গ্ৰীড উপকেন্দ্ৰ

১৩২/৩৩ কেভি ২x৩১.৫ এমভিএ সৰুপথাৰ গ্ৰীড উপকেন্দ্ৰ

১৩২/৩৩ কেভি ২x৩১.৫ এমভিএ হাজো গ্ৰীড উপকেন্দ্ৰ

১৩২/৩৩ কেভি ২x৫০ এমভিএ জিএমচি (জি আই এছ) গ্ৰীড উপকেন্দ্ৰ

১৩২/৩৩ কেভি ২x৫০ এমভিএ পল্টনবজাৰ (জি আই এছ) গ্ৰীড উপকেন্দ্ৰ

১৩২/৩৩ কেভি ২x৩১.৫ এমভিএ টংলা গ্ৰীড উপকেন্দ্ৰ

১৩২/৩৩ কেভি ২x৫০ এমভিএ তেজপুৰ (নতুন) গ্ৰীড উপকেন্দ্ৰ

 

২) বৰ্তমানে থকা উপকেন্দ্ৰসমূহৰ বৃদ্ধি/বিস্তৃতকৰণ:

১৩২/৩৩ কেভি ধেমাজি উপকেন্দ্ৰৰ বিস্তৃতকৰণ

১৩২/৩৩ কেভি সোণাবালি উপকেন্দ্ৰৰ বিস্তৃতকৰণ

২২০/১৩২ কেভি চামগুৰি উপকেন্দ্ৰ (২x১৬০ এমভিএ, ২২০/১৩২ কেভি ট্ৰ্যান্সফৰ্মাৰ + ১x৫০ এমভিএ, ১৩২/৩৩ কেভি ট্ৰ্যান্সফৰ্মাৰ) ৰ বৰ্ধন।

২২০ কেভি তিনিচুকীয়া উপকেন্দ্ৰৰ বিস্তৃতকৰণ

১৩২/৩৩ কেভি ৰূপাই উপকেন্দ্ৰৰ বিস্তৃতকৰণ

২২০ কেভি ৰঙিয়া উপকেন্দ্ৰৰ বিস্তৃতকৰণ

১৩২/৩৩ কেভি কাহিলিপাৰা উপকেন্দ্ৰৰ বিস্তৃতকৰণ

১৩২/৩৩ কেভি ঢালিগাঁও উপকেন্দ্ৰ ২x৫০ এমভিএ, ১৩২/৩৩ কেভি ট্ৰ্যান্সফৰ্মাৰ) ৰ বৰ্ধন

১৩২/৩৩ কামাখ্যা উপকেন্দ্ৰৰ বিস্তৃতকৰণ

 

৩) ট্ৰ্যান্সমিছন লাইনৰ নিৰ্মাণ

২২০ কেভি ডি/চি ৰঙিয়া-আমিনগাঁও

২২০ কেভি ডি/চি তিনিচুকীয়া-বেহিয়াটিং

১৩২ কেভি ডি/চি কাহিলিপাৰা-গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ইউ/জি কেবল

১৩২ কেভি এছ/চি পল্টনবজাৰ-কামাখ্যা ইউ/জি কেবল

১৩২ কেভি ডি/চি আমিনগাঁও-হাজো

LILO ১৩২ কেভি এছ/চি ৰঙিয়া-ৰৌতা

LILO ১৩২ কেভি এছ/চি কমলপুৰ-শিশুগ্ৰাম, আমিনগাঁও

LILO ১৩২ কেভি এছ/চি কমলপুৰ-কামাখ্যা, আমিনগাঁও

১৩২ কেভি এছ/চি (ডি/চি টাৱাৰৰ ওপৰত) ধেমাজি-চিলাপথাৰ

১৩২ কেভি এছ/চি (ডি/চি টাৱাৰৰ ওপৰত) ৰূপাই-চাপাখোৱা

LILO ১৩২ কেভি এছ/চি গোলাঘাট-বোকাজান, সৰুপথাৰ

১৩২ কেভি ডি/চি সোণাবিল-তেজপুৰ

LILO ১৩২ কেভি এছ/চি যোৰহাট-নাজিৰা, টীয়ক

 

৪) ট্ৰ্যান্সফৰ্মাৰ সংস্থাপন:

আমিনগাঁও (নতুন) জিআইএছ ত ২x১৬০এমভিএ, ২২০/১৩২ কেভি ৩-ফেজযুক্ত স্বয়ংক্ৰিয় ট্ৰ্যান্সফৰ্মাৰ

চামাগুৰি উপকেন্দ্ৰ (বৰ্ধন) ত ২x১৬০এমভিএ, ২২০/১৩২ কেভি ৩-ফেজযুক্ত স্বয়ংক্ৰিয় ট্ৰ্যান্সফৰ্মাৰ

বেহিয়াটিং (নতুন) উপকেন্দ্ৰত ২x১০০এমভিএ, ২২০/১৩২ কেভি ৩-ফেজযুক্ত স্বয়ংক্ৰিয় ট্ৰ্যান্সফৰ্মাৰ

ঢালিগাঁও উপকেন্দ্ৰ (বৰ্ধন) ত ২x৫০এমভিএ, ১৩২/৩৩ কেভি ৩-ফেজ শক্তিসম্পন্ন ট্ৰ্যান্সফৰ্মাৰ

জিএমচি উপকেন্দ্ৰ (নতুন জিআইএছ) ত ২x৫০এমভিএ, ১৩২/৩৩ কেভি ৩-ফেজ শক্তিসম্পন্ন ট্ৰ্যান্সফৰ্মাৰ

পল্টনবজাৰ উপকেন্দ্ৰ (নতুন জিআইএছ) ত ২x৫০এমভিএ, ১৩২/৩৩ কেভি ৩-ফেজ শক্তিসম্পন্ন ট্ৰ্যান্সফৰ্মাৰ

তেজপুৰ উপকেন্দ্ৰ (নতুন) ত ২x৫০এমভিএ, ১৩২/৩৩ কেভি ৩-ফেজ শক্তিসম্পন্ন ট্ৰ্যান্সফৰ্মাৰ

চামগুৰি উপকেন্দ্ৰ (বৰ্ধন) ত ১x৫০এমভিএ, ১৩২/৩৩ কেভি ৩-ফেজ শক্তিসম্পন্ন ট্ৰ্যান্সফৰ্মাৰ

হাজো উপকেন্দ্ৰ (নতুন) ত ২x৩১.৫এমভিএ, ১৩২/৩৩ কেভি ৩-ফেজ শক্তিসম্পন্ন ট্ৰ্যান্সফৰ্মাৰ

টংলা উপকেন্দ্ৰ (নতুন) ত ২x৩১.৫এমভিএ, ১৩২/৩৩ কেভি ৩-ফেজ শক্তিসম্পন্ন ট্ৰ্যান্সফৰ্মাৰ

চিলাপথাৰ উপকেন্দ্ৰ (নতুন) ত ২x৩১.৫এমভিএ, ১৩২/৩৩ কেভি ৩-ফেজ শক্তিসম্পন্ন ট্ৰ্যান্সফৰ্মাৰ

টীয়ক উপকেন্দ্ৰ (নতুন) ত ২x৩১.৫এমভিএ, ১৩২/৩৩ কেভি ৩-ফেজ শক্তিসম্পন্ন ট্ৰ্যান্সফৰ্মাৰ

সৰুপথাৰ উপকেন্দ্ৰ (নতুন) ত ২x৩১.৫এমভিএ, ১৩২/৩৩ কেভি ৩-ফেজ শক্তিসম্পন্ন ট্ৰ্যান্সফৰ্মাৰ

চপাখোৱা উপকেন্দ্ৰ (নতুন) ত ২x৩১.৫এমভিএ, ১৩২/৩৩ কেভি ৩-ফেজ শক্তিসম্পন্ন ট্ৰ্যান্সফৰ্মাৰ

 

৫) অ পি জি ডব্লিউ সংস্থাপন:

132 KV Rangia-Rowta
132 KV S/C Bokajan-Golaghat
132 KV Golaghat-Mariani
132 KV Mariani-Jorhat
132 KV Jorhat-Nazira
132 KV Sankardevnagar-Samaguri
132 KV Rupai-Tinsukia
132 KV LILO of Rangia – Kahilipara at Kamakhya line
132 KV LILO of Rangia – Kahilipara at Kamalpur line