ভাষা: EN AS

নতুন পদক্ষেপ

প্ৰযুক্তিগত বিকাশৰ দিশে গ্ৰহণ কৰা উদ্যোগ:

  • ২০১৩ চনত গুৱাহাটীৰ জৱাহৰনগৰ (খানাপাৰা) ত ২২০/৩৩ কেভি, ২×১০০ এমভিএ গেছ ইনচ্যুলেটেড উপকেন্দ্ৰ (জি আই
    এছ) ৰ বাস্তৱায়িতকৰণ। বৰ্তমানলৈকে ‘এ ই জি চি এল’ ই সোণাপুৰ ( ২২০/১৩২ কেভি), কামাখ্যা (১৩২/৩৩ কেভি) ত
    তিনিটা EHV GIS কমিশ্যন কৰে। অদূৰ ভৱিষ্যতে এ ই জি চি এলৰ অধিক এনে GIS নিৰ্মাণ কৰাৰ পৰিকল্পনা আছে।
  • উপকেন্দ্ৰসমূহত EHV সঁজুলিসমূহৰ কাৰ্যসম্পাদন আৰু পৰ্যবেক্ষণৰ বাবে IEC 61850 নিৰ্ভৰ চাবষ্টেচন অটোমেশ্যন চিষ্টেম
    (এছ এ এছ) ৰ বাস্তৱায়িতকৰণ।
  • PLCC ৰ স্থানত যোগাযোগৰ মেৰুদণ্ড হিচাপে অপটিকেল ফাইবাৰৰ পৰিচিতিকৰণ। ২০-০১-২০২১ লৈ ১৩৭৩ কিলোমিটাৰ
    জুৰি OPGW ব্যৱহাৰ। এ ই জি চি এলৰ ডেডিকেটেড OFC নিৰ্ভৰ যোগাযোগৰ নেটৱৰ্ক সৃষ্টি কৰিবলৈ এ ই জি চি এলে
    বৰ্তমানে থকা ট্ৰেন্সমিচন লাইনসমূহ OPGW ৰ সৈতে বদলিকৰণৰ পৰিকল্পনা গ্ৰহণ কৰে।
  • টাৱাৰৰ ক্ষতিসাধন ইত্যাদি কাৰণৰ ফলস্বৰূপে ক্ৰুটিপূৰ্ণ ট্ৰেন্সমিচন লাইনৰ পুনৰ উদ্ধাৰৰ বাবে এমাৰ্জেন্সি ৰিষ্টৰেচন চিষ্টেম (ই আৰ এছ) ৰ পৰিচিতিকৰণ।
  • ম্যানুয়েল ফাইল নিৰ্ভৰ পদ্ধতিৰ স্থানত ইউনিফাইড চফটৱেৰ নিৰ্ভৰ পদ্ধতি আনিবলৈ এ ই
    জি চি এলে এণ্টাৰপ্ৰাইজ ৰিচোৰ্চ প্লেনিং (এ আৰ পি) ৰ সংসাধনৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে কাৰ্যালয়ৰ
    দৈনন্দিন কাৰ্যসমূহ ডিজিটেল ৰূপত সম্পাদিত হ’ব।

প্ৰযুক্তিগত বিকাশৰ দিশে গ্ৰহণ কৰা উদ্যোগ:

  • দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ হোৱা কৰ্মচাৰীসকলৰ সন্তানসকলক উৎসাহ প্ৰদান কৰিবলৈ এ ই জি চি
    এলে “মেধাৱী বঁটা” প্ৰদান আঁচনিৰ শুভাৰম্ভ কৰে।