ভাষা: EN AS

এন ই চি/এন এল চি পি

এন ই চি/এন এল চি পি আৰ নিধিপ্ৰাপ্ত প্ৰকল্পসমূহ:

এন ই চি নিধিপ্ৰাপ্ত চলিত প্ৰকল্পসমূহ:

১) বিশ্বনাথ চাৰিআলি চাবষ্টেচনৰ ক্ষমতা বৰ্ধিতকৰণ, ২x১৬ ৰ পৰা ২x৪০ এমভিএ, ১৩২/৩৩কেভি (সম্পূৰ্ণ হৈছে)

২) ছালাকাটি চাবষ্টেচনৰ ক্ষমতা বৰ্ধিতকৰণ, ১x৮০+১x১৬০ ৰ পৰা ২x১৬০ এমভিএ

 

এন এল চি পি আৰ নিধিপ্ৰাপ্ত চলিত প্ৰকল্পসমূহ:

১) ১৩২/৩৩ কেভি ২x৪০ এমভিএ আজাৰা গ্ৰীড চাবষ্টেচন

২) ১৩২ কেভি ছিংগল চি কে টি কুকুৰমাৰা-আজাৰা লাইন ৪.৮২ চি কে এম