ভাষা: EN AS

‘টি ডি এফ’ ৰ অধীনৰ চলিত প্ৰকল্পসমূহ

১৩২/৩৩ কেভি ২x২৫ এমভিএ কৰিমগঞ্জ গ্ৰীড চাবষ্টেচন
১৩২/৩৩ কেভি ২x২৫ এমভিএ বৰপেটা গ্ৰীড চাবষ্টেচন
১৩২/৩৩ কেভি ২x১৬ এমভিএ হাটশিঙিমাৰী গ্ৰীড চাবষ্টেচন
২৬ চি কে এম ডবল চি কে টি টাৱাৰৰ ওপৰত ১৩২ কেভি হাইলাকান্দি-কৰিমগঞ্জ ছিংগল চি কে টি
৪২ চি কে এম ডবল চাৰ্কিট টাৱাৰৰ ওপৰত ১৩২ কেভি ছালাকাটি-যোগীঘোপা (এপিএম) ছিংগল চি কে টি
ঢালিগাঁও-বৰনগৰ লাইনৰ ২৩.৬ চি কে এম ডবল চি কে টি টাৱাৰৰ ওপৰত একমাত্ৰ ছিংগল চি কে টি হিচাপে বৰপেটাত সংস্থাপিত ১৩২ কেভি লিল’
১০২ চি কে এম ডবল চি কে টি টাৱাৰৰ ওপৰত ১৩২ কেভি আগিয়া-হাটশিঙিমাৰী ছিংগল চি কে টি
৩৯.৬ চি কে এম ডবল চি কে টি টাৱাৰৰ ওপৰত ২২০ কেভি সোণাবিল-বিশ্বনাথ চাৰিআলি ছিংগল চি কে টি